বিয়াৰ বতৰত নুপূৰ চেণনৰ পৰা উৎসাহিত কেইযোৰ মান পাৰম্পৰিক সাজ
বিয়াৰ বতৰত নুপূৰ চেণনৰ পৰা উৎসাহিত কেইযোৰ মান পাৰম্পৰিক সাজ

বিয়াৰ বতৰত নুপূৰ চেণনৰ পৰা উৎসাহিত কেইযোৰ মান পাৰম্পৰিক সাজ

আজিৰ অসম বিয়াৰ বতৰত নুপূৰ চেণনৰ পৰা উৎসাহিত কেইযোৰ মান পাৰম্পৰিক সাজ ২৫ ডিচেম্বৰ, ২০২১
Published on: 
https://gumlet.assettype.com/sentinelassam/h-upload/uid/video_10aEqI7bkRi1vQ56lcRTCTNaZ1zijgD5zn8235335.mp4

সুৰ্য্যমূখি সদৃশ

হালধীয়া লেহেংগা আৰু গুলপীয়া চুৰ্ণী পৰিধান কৰা নুপূৰ চেণনৰ সৌন্দৰ্য্য বৰ্ণন কৰিব পাৰি সাইলাখ সুৰ্য্যমূখিৰ দৰে

গুলপীয়াৰে গুলাবি

তেওঁক দেখিবলৈ পোৱা গৈছে পাতল গুলপীয়া কুৰ্টি আৰু ৰূপালী বৰণৰ কাণফুলি পৰিধান কৰা

লেভেণ্ডাৰ সপোন

লেভেণ্ডাৰ সপোন

শুকুলাৰ খেল

বগা ছাৰাৰা পেণ্ট আৰু তাৰ সৈতে মিলা বগা, ষ্টাইলিছ হাতৰ টপেৰে সুন্দৰী নুপূৰ

বিবাহ ৰেডি

ব্ৰকেড লেহেঙ্গা আৰু নেটৰ চুৰ্ণীৰে, বিবাহ স্থলী সজাই তুলিবলৈ সাজু নুপূৰ

চিকানকাৰি প্ৰেম

চিকানকাৰিৰ প্ৰতি নিজৰ প্ৰেম দৰ্শাইছে নীলা কুৰ্টি, বগা চুৰ্ণী আৰু ষ্টেটমেন্ত বেগেৰে

বেঙুনীয়া পাৰফেক্ট

কাটআউট সীমান্তৰ সৈতে বেঙুনীয়া সাজ যুৰে দেখাত অতিকৈ শুৱনি কৰি তুলিছে নুপূৰ চেণনক

নাৰী ইন শাৰী

সোণালী ৰঙৰ শাৰী, আৰু কমৰবন্ধ বেল্টৰ সৈতে দেখাত অতিকৈ আকৰ্ষণীয় অভিনেত্ৰী গৰাকী

জিলিকণি আৰু জিলিকণি

নীলা ছাৰাৰা সাজ, আৰু তাৰ লগত মিলা চুৰ্ণীৰ সৈতে অতি সুন্দৰ দেখাইছে নুপূৰ চেণনক

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com