ক’লা সাজপাৰত বাণী কাপুৰঃ
ক’লা সাজপাৰ কিনিব বিচাৰে নেকি ? বাণী কাপুৰৰ এই সাজ-পোচাকে আপোনাক প্ৰয়োজনীয় অনুপ্ৰেৰণা দিব পাৰে ৷
আপোনাৰ সাজ-পাৰৰ মাজত এনে কোমল পোচাক থকা উচিত ৷
বাণীৰ এনে পোচাকে বহুতৰে দৃষ্টি হৰণ কৰে আৰু হৃদয়ত কম্পন তোলে ৷ নহয়নে ?
আপোনাৰ প্ৰিয় ক’লা সাজপাৰৰ লেখীয়া পোচাকেৰে কেনেদৰে আনন্দ-স্ফূৰ্তি কৰিব পাৰি, বাণীয়ে তাকে প্ৰমাণ কৰিছে ৷
শৰীৰৰ সৈতে মিলি পৰা এই সাজ-পাৰে আবেদনময়ী কৰি তুলিব পাৰে ৷
আপুনি নিজকে কেনেদৰে শুধ ক’লা সাজপাৰত ফেশ্বনেবল কৰিব পাৰে ?
ক’লা পোচাকে বাণীক অপূৰ্ব সুন্দৰী কৰি তুলিছে ৷ আপুনি মানি নল’বনে এই কথা ?
ফুলাম গুৰুগম্ভীৰ এই পোচাকত বাণীৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব ফুটাই তুলিছে ৷
পাৰ্টীয়ে হওক বা জিমতে হওক, ক’লা সাজ-পাৰ সকলোতে মিলি পৰে ৷