অংকিতা লখাণ্ডে আৰু বিকী জৈনৰ প্ৰাক-বিবাহৰ অনুষ্ঠানৰ কেইটামান মুহূৰ্তঃ
মাৰাঠী “শাখৰপুড়া’’
দম্পতীহালে মাৰাঠীসকলৰ “শাখৰপুড়া" পৰম্পৰাৰে প্ৰাক-বিবাহৰ অনুষ্ঠানৰ আৰম্ভণি কৰে ৷ এই অনুষ্ঠানত দুয়োৰে পৰিয়ালৰ লোকেও অংশ লয় ৷
অতি মৰমলগা-আকৰ্ষণীয় ৰূপতঃ
এই পৰম্পৰাগত সাজ-পাৰত বিকী-অংকিতাৰ অতি মৰমলগা আকৰ্ষণীয় ৰূপ তুলি ধৰিছে ৷
প্ৰাক-বিবাহ (মেহেন্দি)ৰ অনুষ্ঠানতঃ
এই অনুষ্ঠানত অংশ লওঁতে অংকিতাই গুলপীয়া ৰঙৰ সাজপাৰ আৰু বিকীয়ে কুৰ্তা-পাইজামা পৰিধান কৰে ৷
উচ্ছসিতৰূপত আনন্দ প্ৰকাশঃ
বিকী আৰু অংকিতাই পৰস্পৰৰ প্ৰতি প্ৰেমৰ নিজৰা বোৱাই আনন্দ-উচ্ছাসৰ বহিঃপ্ৰকাশ ঘটায় ৷
বিকী-অংকিতাৰ সহজবোধঃ
প্ৰাক-বিবাহৰ অনুষ্ঠানত যে বিকী আৰু অংকিতাই সহজবোধ কৰিছিল, তাৰ উদাহৰণ এই ফটো ৷
গুৰু-গম্ভীৰৰূপতঃ
অংকিতাক এই ফটোত গুৰু-গম্ভীৰৰূপত দেখা গৈছে ৷
হালধিৰে ফাকু খেলি!
এই ফটোত দৰা-কইনাক অতি সুখী দেখা গৈছে ৷
ৰঙা সাজ-পাৰতঃ
এই ৰঙা আৰু হালধীয়া সাজ-পাৰত অংকিতাক অতি সুখী দেখা গৈছে ৷ এই সাজপাৰ পৰম্পৰাগত সাজপাৰ ৷
ৰঙা গোলাপৰে শুভেচ্ছাঃ
প্ৰাক-বিবাহৰ অনুষ্ঠানত অতিথিসকলে ৰঙা গোলাপৰ পাহিৰ বৰ্ষণেৰে অংকিতাক শুভকামনা জনায় ৷ ফটোখনত তেওঁক অতি সুখী দেখা গৈছে ৷
ইজনে-সিজনক জীৱনসংগী বুলি বাকদান কৰাৰ সময়তঃ
এনে লাগিছে যেন বিকী আৰু অংকিতাৰ যোৰা সৰগতে ঠিক হৈ আহিছে ৷
বাকদানৰ মুহূৰ্ততঃ
১৩ ডিচেম্বৰৰ দিনা দুয়ো দুয়োকে বাকদান কৰি আঙঠি পিন্ধায় ৷ সেই মুহূৰ্তৰ এই ফটোত দুয়োৱে আঙঠি প্ৰদৰ্শন কৰিছে ৷
ককটেইল পাৰ্টীতঃ
ককটেইল পাৰ্টীৰ সময়তো দুয়ো আনন্দ-উচ্ছাস প্ৰদৰ্শন কৰে ৷