বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী বৈদ্যুতিক কাৰঃ
বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী বৈদ্যুতিক কাৰঃ

বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী বৈদ্যুতিক কাৰঃ

আজিৰ অসম বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী বৈদ্যুতিক কাৰঃ 29 Nov, 2021
Published on

ৰিমেক নেভেৰাঃ

ৰিমেক নেভেৰাৰ প্ৰতি ঘণ্টাত সৰ্বোচ্চ বেগ হৈছে ২৫৮ কিলোমিটাৰ ৷ এই গাড়ী অত্যন্ত ভাল বুলি কোৱাটো অত্যুক্তিহে মাথোঁ ৷

টেচলা মডেল এছ প্লেইডঃ

টেচলা মডেল এছ প্লেইডৰ সৰ্বোচ্চ বেগ হৈছে প্ৰতি ঘণ্টাত ৩২২ কিলোমিটাৰ ৷ টেচলাৰ মতে, এই গাড়ী হৈছে বিশ্বৰে সবাতোকৈ বেগী বৈদ্যুতিক গাড়ী ৷

ল’টাছ ইৱিজাঃ

ল’টাছ ইৱিজা এখন স্পৰ্টচ কাৰ ৷ এই গাড়ীৰ সৰ্বোচ্চ বেগ হৈছে প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ ৷

ল’টাছ ইৱিজাঃ

ল’টাছ ইৱিজা এখন স্পৰ্টচ কাৰ ৷ এই গাড়ীৰ সৰ্বোচ্চ বেগ হৈছে প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ ৷

নিঅ’ ই পি-৯ঃ

নিঅ’ ই পি-৯ৰ সৰ্বোচ্চ বেগ হৈছে প্ৰতি ঘণ্টাত ৩৫০ কিলোমিটাৰ ৷ ইয়াৰ নিৰ্মাতা প্ৰতিষ্ঠানৰ মতে, এই গাড়ীয়ে হৈছে বিশ্বৰ সবাতোকৈ বেগী বৈদ্যুতিক গাড়ী ৷

প’ৰ্স্ক টাইকান টাৰ্বো এছঃ

এই গাড়ী চাৰিখন দুৱাৰযুক্ত এখন আহল-বহল গাড়ী ৷ এই গাড়ীৰ সৰ্বোচ্চ বেগ হৈছে প্ৰতি ঘণ্টাত ৩৬০ কিলোমিটাৰ ৷

টেছলা মডেল ৩:

দুটা বৈদ্যুতিক মটৰ থকাৰ পৰিপ্ৰেক্ষিতত টেছলা মডেল তিনি গাড়ীখনে ৩.১ ছেকেণ্ডত প্ৰতি ঘণ্টাত ০ ৰ পৰা ৯৬.৫ কিলোমিটাৰ পৰ্যন্ত বেগত যাত্ৰা কৰিব পাৰে ৷

লুচিড এয়াৰঃ

টেছলাৰ এই গাড়ী হৈছে প্ৰতি ঘণ্টাত ২.৫ ছেকেণ্ডত ০ ৰ পৰা ৯৬.৫ কিলোমিটাৰ পৰ্যন্ত বেগত যাব পাৰে ৷

এস্পাক ঔলঃ

এস্পাক ঔলৰ সৰ্বোচ্চ বেগ প্ৰতি ঘণ্টাত ৪০০ কিলোমিটাৰ ৷ গতিকে এই গাড়ীক বিশ্বৰ সৰ্বোচ্চ বেগৰ গাড়ী বুলি কোৱা হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com