২৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীয়ে দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন আয়োজন কৰিব

মহানগৰীৰ তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা
২৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীয়ে দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন আয়োজন কৰিব
Published on

গুৱাহাটীঃ অসম বেডমিণ্টন এছ'চিয়েশ্যনে ২৬ ছেপ্টেম্বৰৰ পৰা দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব। প্ৰতিযোগিতাখন চহৰখনৰ তৰুণ ৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মুঠতে ছয়টা দল-ভাৰত, নেপাল, ভূটান, শ্ৰীলংকা, বাংলাদেশ আৰু আয়োজক ভাৰতে মিশ্ৰিত দলৰ প্ৰতিযোগিতা আৰু অনুৰ্ধ-১৭ শ্ৰেণীত ব্যক্তিগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com