লভলিনা, শিৱ, অংকুশিতা ভাৰতীয় দলত

অসমৰ তিনিগৰাকী বক্সাৰ- লভলীনা বৰগোহাঞি, অংকুশিতা বড়ো আৰু শিৱ থাপা-ক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে
লভলিনা, শিৱ, অংকুশিতা ভাৰতীয় দলত
Published on

গুৱাহাটীঃ আগন্তুক এছিয়ান চিনিয়ৰ পুৰুষ আৰু মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ তিনিগৰাকী বক্সাৰ- লভলীনা বৰগোহাঞি, অংকুশিতা বড়ো আৰু শিৱ থাপা। ৩০ অক্টোবৰৰ পৰা জৰ্ডানৰ আম্মানত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com