অসম সন্তানলৈ MR.WORLDৰ খিতাপ

অসম সন্তানলৈ MR.WORLDৰ খিতাপ
Published on

ৰিমা হিমাৰ সুখ্যাতিৰ পিছতে ৰাজ্যবাসীলৈ আন এক সু-খবৰ । আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত উজ্বলিল অসম সন্তান । । WFF-WBBFয়ে আয়োজন কৰা MR WORLD খিতাপ দখল কৰিলে অসম সন্তান গোলাপ ৰাভাই । ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰে গোলাপ ৰাভাই । ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত MR.INDIA খিতাপ আৰু ২০১৮ বৰ্ষতে MR. ASIA খিতাপ দখল কৰিছিল বকোৰ কালিয়াবড়ীৰ গোলাপ ৰাভাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com