আয়োজক ৰাচিয়াৰ মুখামুখি দুবাৰৰ চেম্পিয়ন উৰুগুৱে

আয়োজক ৰাচিয়াৰ মুখামুখি দুবাৰৰ চেম্পিয়ন উৰুগুৱে
Published on: 

আজি চামাৰা এৰেনাত অনুস্থিত গ্ৰুপ এ'ৰ এখন খেলত আয়োজক ৰাচিয়াৰ মুখামুখি হব উৰোগুৱে।দুয়োখন দেশেই নকআউটলৈ যোৱাতো নিশ্চিত হোৱা পাছত আজি খেল খন শক্তি প্ৰদৰ্শনৰ খেল ৰূপে চিহ্নিত হৈছে। ৰাচিয়া দলতো সুন্দৰ ফৰ্মত থকাৰ বিপৰীতে উৰোগুৱেত লুইচ চুৱাৰেজৰ দৰে খেলুৱৈৱে যি কোনো সময়তে খেলৰ ভাগ্য নিৰ্নয় কৰিব পাৰে।ঘৰুৱা দৰ্শকৰ সন্মুখত ৰাচিয়া ভয়াৱহ হৈ উঠিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com