শ্ৰীলঙ্কাৰ বেটচমেন ডনুচকা গুনথিলকাক সকলো ধৰনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বৰ্খাষ্ট

শ্ৰীলঙ্কাৰ বেটচমেন ডনুচকা গুনথিলকাক সকলো ধৰনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বৰ্খাষ্ট
Published on: 

ধৰ্ষণৰ গোচৰত অভিযুক্ত শ্ৰীলঙ্কাৰ আক্ৰমন্তক বেটচমেন ডনুচকা গুনথিলকাক সকলোধৰনৰ ক্ৰিকেটৰ পৰা শ্ৰীলঙ্কা ক্ৰিকেট সন্থাই বৰ্খাষ্ট কৰিছে।শ্ৰীলঙ্কা আৰু দক্ষিণ আফ্ৰীকাৰ মাজত চলি থকা দ্বিতীয় তথা অন্তিম টেষ্টৰ তৃতীয় দিনা ঘটনাটো সংঘটিত হৈছে।ডনুচকা আৰু তেওঁৰ বন্ধু এজনে দুগৰাকী মহিলাক কলম্বোৰ হোটেলৰ ৰুমলৈ লৈ গৈছিল।তাৰ এগৰাকী মহিলাই ডনুচকা আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে ইতিমধ্যে ঘটনাটো সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com