আজি ১৪ জুন, ২০২১ৰ মণিপুৰ ৰাজ্যিক লটাৰীৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। মণিপুৰৰ ৰাজ্যিক লটাৰীৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে ইয়াত চাওক।
আজি ১৪ জুন, ২০২১ৰ মণিপুৰ ৰাজ্যিক লটাৰীৰ ফলাফল

মণিপুৰ ৰাজ্যিক লটাৰী (লাইভ আপডেট) :  ভাৰত চৰকাৰে লটাৰী খেলৰ বাবে অনুমোদন জনোৱা মাথোঁ ১৩ খন ৰাজ্যহে দেশত আছে।  এই ৰাজ্যসমূহৰ অন্যতম হৈছে মণিপুৰ।  খেলৰ অনুমোদন থকা আনকেইখন ৰাজ্য হৈছেঃ অসম, চিকিম, মেঘালয়, নগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, কেৰালা, গোৱা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ। ভাৰতৰ আন ৰাজ্যসমূহত লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ। আপুনি এই লটাৰীৰ  ফলাফল চাব পাৰে - http://www.manipurlotteries.com/ ৱেবছাইটত। 

মণিপুৰৰ সিংগম পুৱা লটাৰী ফলাফলঃ ১৪ জুনৰ  দিনৰ ১১ বজাত  -। 

মণিপুৰ সিংগম লটাৰী সএক জনপ্ৰিয় সাপ্তাহিক লটাৰী।  আজিৰ  এই লটাৰীৰ  ফলাফল ঘোষণা কৰা হৈছে।  নিম্নোক্ত নম্বৰৰ বিপৰীতে  প্ৰথমটো পুৰস্কাৰ আছে ।  এই লটাৰীৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ ।  মণিপুল লটাৰীৰ এটা টিকটৰ দাম মাথোঁ ৬ টকা। 

মণিপুৰৰ  পুৱাৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ বিজেতা

 পুৰস্কাৰ বিজেতাৰ ক্ৰমিক নম্বৰ 


Manipur State Lottery Prize

পুৰস্কাৰৰ ধন

লটাৰী নম্বৰ

প্ৰথম পুৰস্কাৰ 

 ২৭ লাখ  টকা

82L 03741


নিচুকণি পুৰস্কাৰ 

সকলো ক্ৰমিক নম্বৰ  মিলা টিকট ক্ৰেতালৈ ১০ হেজাৰ টকাকৈ

03741


দ্বিতীয় পুৰস্কাৰ 

৫,০০০ টকা 

03052, 22901, 34170, 47023, 54668, 55654, 63986, 70706, 86982, 91846


তৃতীয় পুৰস্কাৰ 

১,০০০ টকা

1793, 2485, 3384, 3409, 3890, 4338, 6079, 8164, 8490, 9187


৪ৰ্থ পুৰস্কাৰ 

৭০০ টকা

0659, 0721, 1207, 1375, 3124, 5217, 5871, 6455, 7369, 9845


৫ম পুৰস্কাৰ 

৫০০ টকা। 

0026, 0933, 2064, 2965, 4049, 4805, 5309, 6403, 7698, 8759 0095, 1037, 2238, 3127, 4089, 4823, 5313, 6536, 7816, 8769 0279, 1258, 2486, 3209, 4187, 4824, 5420, 6730, 7862, 8921 0325, 1330, 2493, 3582, 4205, 4977, 5467, 6747, 7932, 8941 0435, 1479, 2595, 3606, 4313, 5016, 5606, 6976, 7946, 9163 0567, 1705, 2596, 3674, 4493, 5052, 5642, 7048, 8178, 9241 0643, 1852, 2597, 3717, 4530, 5094, 5844, 7256, 8328, 9429 0653, 1962, 2607, 3895, 4632, 5110, 5997, 7420, 8377, 9438 0832, 1963, 2695, 3924, 4703, 5149, 6028, 7443, 8453, 9920 0845, 1968, 2875, 3997, 4783, 5296, 6279, 7601, 8455, 9940


পুৰস্কাৰ বিজেতাৰ তালিকাত  আপেনাৰ নম্বৰ পৰীক্ষা কৰক ।

মণিপুৰৰ লটাৰী খেল এটা দিনত বিয়লি ৩-০০ বজা আৰু সন্ধিয়া ৭ বজাতো খেলা  হয়। পুৱা, দিনৰ  আৰু সন্ধিয়াৰঃএই আটাইকেইখন খেলৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ।   

মণিপুৰৰ সিংগাম দিনৰ লটাৰীৰ ফলাফলঃ ১৪জুনৰ বিয়লি ৩ বজাত। 

মণিপুৰৰ দিনৰ লটাৰী হৈছে এক জনপ্ৰিয় সাপ্তাহিক লটাৰী।  আজিৰ এই লটাৰীৰ ফলাফল ঘোষণা কৰা হৈছে।  নিম্নোক্ত নম্বৰে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। এই লটাৰীৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ । মণিপুল লটাৰীৰ এটা টিকটৰ দাম মাথোঁ ৬ টকা।

Manipur Afternoon Morning Lottery First Prize Winner

পুৰস্কাৰ বিজেতাসকলৰ ক্ৰমিক নম্বৰ 


মণিপুৰ ৰাজ্যিক লটাৰীৰ  পুৰস্কাৰ বিজেতা

পুৰস্কাৰৰ ধন                                                       

লটাৰীৰ নম্বৰ

 প্ৰথম পুৰস্কাৰ 

২৭ লাখ টকা 

97D 33384

নিচুকণি বঁটা 

সকলো ক্ৰম নম্বৰ মিলা  টিকট থকা লোকলৈ ১০ হেজাৰ টকাকৈ

33384


দ্বিতীয় পুৰস্কাৰ                                

৫০০০ টকা

15802, 33409, 34312, 41260, 48549, 50100, 50570, 71561, 86240, 87876

৪ৰ্থ পুৰস্কাৰ                                            

সাতশ টকা 

1547, 2150, 2861, 5817, 6530, 6803, 6947, 8025, 9138, 9659


পঞ্চম পুৰস্কাৰ 

৫০০ টকা। 

0147, 1829, 2947, 3915, 4396, 5023, 5987, 7216, 8701, 9428 0232, 1860, 3027, 4027, 4593, 5095, 6018, 7399, 8707, 9469 0302, 2016, 3047, 4148, 4672, 5167, 6158, 7423, 8736, 9481 0468, 2124, 3122, 4254, 4703, 5168, 6209, 7438, 9227, 9513 0592, 2191, 3124, 4258, 4781, 5311, 6450, 7463, 9290, 9528 0728, 2241, 3214, 4285, 4831, 5347, 6488, 8074, 9328, 9543 0761, 2301, 3461, 4303, 4832, 5791, 6548, 8121, 9349, 9617 0956, 2578, 3497, 4320, 4906, 5838, 6920, 8521, 9374, 9761 1723, 2801, 3726, 4321, 4954, 5849, 7095, 8596, 9413, 9785 1791, 2943, 3755, 4328, 4974, 5876, 7203, 8632, 9420, 9835


পুৰস্কাৰ বিজেতাৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক। 

মণিপুৰৰ লটাৰী খেল এটা দিনত পুৱা  ১১ বজা আৰু সন্ধিয়া ৭ বজাতো খেলা হয়। পুৱা, দিনৰ আৰু সন্ধিয়াৰঃ এই আটাইকেইখন খেলৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ.

মণিপুৰ সিংগম সন্ধিয়াৰ লটাৰীৰ ফলাফলঃ ১৪ জুনৰ সন্ধিয়া ৭ বজাত। 

মণিপুৰৰ দিনৰ লটাৰী হৈছে এক জনপ্ৰিয় সাপ্তাহিক লটাৰী। আজিৰ এই লটাৰীৰ ফলাফল ঘোষণা কৰা হৈছে। নিম্নোক্ত নম্বৰে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। এই লটাৰীৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ । মণিপুল লটাৰীৰ এটা টিকটৰ দাম মাথোঁ ৬ টকা।

মণিপুৰৰ সন্ধিয়াৰ লটাৰীৰ  পুৰস্কাৰ বিজেতাসকল 

পুৰস্কাৰ বিজোতাসকলৰ ক্ৰমিক নম্বৰ। 


মণিপুৰৰ লটাৰী 

 পুৰস্কাৰৰ ধন 

লটাীৰী নম্বৰ

প্ৰথম বিজেতা

২৭ লাখ টকা


নিচুকণি বঁটা । 

সকলো ক্ৰমিক নম্বৰ মিলা টিকট থকা লোকলৈ ১০ হেজাৰ টকাকৈ


দ্বিতীয় পুৰস্কাৰ 

৫০০০ টকা 


তৃতীয় পুৰস্কাৰ 

১০০০ টকা


৪ৰ্থ পুৰস্কাৰ 

৭০০ টকা 


৫ম পুৰস্কাৰ 

৫০০ টকা


বিজেতাসকলৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক। 

মণিপুৰৰ লটাৰী খেল এটা দিনত পুৱা ৩ বজা আৰু সন্ধিয়া ৭ বজাতো খেলা হয়। পুৱা, দিনৰ আৰু সন্ধিয়াৰঃ এই আটাইকেইখন খেলৰ প্ৰথম পুৰস্কাৰ ২৭ লাখ টকাৰ.

মণিপুৰৰ ৰাজ্যিক লটাৰীৰ বিষয়ে জানিবলগীয়াখিনিঃ 

মণিপুৰৰ লটাৰী সঞ্চালকে প্ৰতিটো দিনৰ লটাৰীৰ টিকট ইচ্ছ্যু কৰে। প্ৰতিটো টিকটৰ মূল্য ৬টকা। মণিপুৰৰ ৰাজ্যিক লটাৰী চাণ্ডেল জিলা (মণিপুৰ-৭৯৭০০১)ত খেলা হয়।  মণিপুৰৰ ৰাজ্যিক লটাৰী  খেলসমূহ .লটাৰী সঞ্চালকে আয়োজন কৰে।  যদি আপুনি  ইয়াৰ কোনো লটাৰী পুৰস্কাৰ জয় কৰিছে, তেন্তে  আপুনি পুৰস্কাৰ সংগ্ৰহৰ বাবে নিম্নোক্তসমূহ দেখুৱাই  পুৰস্কাৰ সংগ্ৰহ কৰিব লাগিব। 

১.  আপোনাৰ টিকত (  নষ্ট নোহোৱা আৰু একে থকা) ,

২. অনলাইত উপলব্ধ দাবী প্ৰ-পত্ৰৰ কপি,

3.  চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ফটো পৰিচয়পত্ৰ আৰু ,

4. পাছপোৰ্ট আকাৰৰ একপি ফটো। 

টোকা :  ফটাচিটা বা বিবৰ্ণ টিকত কৰ্তৃপক্ষই গ্ৰহণ নকৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com