স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়

স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়
Published on: 

আজি ঘোষণা কৰিলে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ৰায় । আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচী। গোবিন্দৰ মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান দিছে।

প্ৰেমিক গোবিন্দ সিংহালৰ বাসগৃহত অৰ্ধ উলংগ, জ্বলা অবস্থাত শ্বেতাৰ মৃতদেহ উদ্ধাৰ কৰিছিল ।২০১৭চনৰ ৪ ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল ভণ্ড প্ৰেমিক গোবিন্দ সিংঘালে, সহযোগ কৰিছিল মাতৃ আৰু ভগ্নীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com