অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি

কোৰোনা
কোৰোনা
Published on: 

অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি।

ৰাজ্যত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ব্যক্তিৰ সংখ্যা। অসমত আৰু তিনিজন কোৰোণা পজিটিভ চিনাক্ত। কাছাৰৰ এইকেইজন ব্যক্তিয়েও ৰাজস্থানৰ পৰা কোৰোণা আক্ৰান্তৰ সৈতে একেখন বাছত অসমলৈ আহিছিল। অসমত মুঠ আক্ৰান্ত ৫৬জনলৈ বৃদ্ধি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com