অসম ডাইনী হত্যা প্ৰতিৰোধী আইন২০১৫

অসম ডাইনী হত্যা প্ৰতিৰোধী আইন২০১৫
Published on: 

২০১৫ চনত অসম চৰকাৰে বিধেয়কখন গৃহীত কৰিছিল। আৰু আজি এই খন বিধেয়ক তথা অসম ডাইনী হত্যা প্ৰতিৰোধী আইন২০১৫ অনুমোদন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ডাইনী বুলি অভিযোগ আনিলে সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হ’ব অপৰাধী।ইয়াৰ লগতে আইন ভংগকাৰী সকলে ৭ বছৰ পৰ্যন্ত জেইল নাইবা ৫ লাখ টকাৰ জৰিমনা বিহিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com