কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ

কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ
Published on

ধুবুৰী জিলাৰ চাপৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ । ৰাজ্যৰ লগতে চুবুৰীয়া মেঘালয় , অৰুণাচল আদি ৰাজ্যলৈও নিচাযুক্ত দৰব সৰবৰাহকাৰী এইগৰাকী ড্ৰাগছ মাফিয়া মোগৰব আলীক শনিবাৰে নিশা চাপৰ আৰক্ষীয়ে চাপৰৰ হৰ্দেমাৰা স্থিত নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।

আন্ত:ৰাজ্যিক পৰ্যায়ত নিচাৰ বজাৰ খন নিয়ন্ত্ৰণ কৰি ৰখা ড্ৰাগছ মাফিয়া মোগৰব আলীৰ গৃহৰ পৰা প্ৰশাসনে যোৱা শনিবাৰে জব্দ কৰিছিল এই সমুহ নিচাযুক্ত দৰৱ সহ আব্দুছ ছালাম নামৰ এগৰাকী নিচাযুক্ত দৰৱ সৰবৰাহ কাৰী ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com