ব্ৰেকিং নিউজ
জাপানীজ এনকেফেলাইটিছৰ বাবে মৃত্যু এজনৰ
জাপানীজ এনকেফেলাইটিছৰ বাবে ৰাজ্যৰ বহু ঠাইত বহু লোক এই বিধ্বংসী বেমাৰত আক্ৰান্ত।শুৱালকুঁছিৰ পিছত এইবাৰ সাপেখাতী লুখুৰাখনৰ গাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ সোণাৰাম আৰন্ধৰা নামৰ লোক জনৰ মৃত্যু ঘটে।জানিব পৰা মতে, দাঁতিকাষৰীয়া অঞ্চলটোত বহু লোকে জ্বৰ, মূৰৰ বিষত আক্ৰন্ত হৈ আছে যদিও বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে।