তিনিচুকীয়াৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়াৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ
Published on

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰী গাঁৱৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে ৷২৪ ছেপ্তেম্বৰত নিশা জাগুন কথা সংৰক্ষিত বনাঞ্চলত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত সদস্য জন গুলীবিদ্ধ হৈছিল বুলি সন্দেহ কৰা হৈছে৷ মৰাণাস্ত্ৰ সহ আলফা(স্বা)ৰ সামৰিক পোচাকত উদ্ধাৰ মৃতদেহটো৷এই পৰ্যন্ত আৰক্ষীয়ে আলফা সদস্যজনৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com