দুলীয়াজানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ স্বচ্ছ ভাৰত অভিযান

দুলীয়াজানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ স্বচ্ছ ভাৰত অভিযান
Published on

তৈল নগৰী দুলীয়াজানত এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী পালন কৰা হয় ।দুলীয়াজানৰ পিপলত তিনিআলিৰ পৰা এই কাৰ্যসূচি শুভ আৰম্ভ কৰা হয় । প্ৰজাপিতা ঈশ্বৰিয় বহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰা এই স্বচ্ছ ভাৰত অভিযানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ সাংসদ ৰামেশ্বৰ তেলী ,দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা , উপৰি দুলীয়াজান দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু গগৈৰ লগতে বহ্মকুমাৰী ঈশ্বৰিয় বিশ্ববিদ্যালয়ৰ দুলীয়াজান স্থিত বহু কেইজন সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com