নিৰ্ভয়াকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড বাহাল উচ্চতম ন্যায়ালয়ৰ

নিৰ্ভয়াকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড বাহাল উচ্চতম ন্যায়ালয়ৰ
Published on: 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত ন্যায়াধীশ আৰ বানুমতি আৰু অশোক ভূষণৰ বিচাৰপীঠে ৰায়দান কৰি মৃত্যুদণ্ড বাহাল ৰাখে।নিৰ্ভয়া ধৰ্ষনকাণ্ডৰ সৈতে জড়িত চাৰিটা নৰপিশাচ ক্ৰমে মুকেশ,পৱন গুপ্তা,বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিং ফাঁচীকাঠত উলমাতো নিশ্চিত হৈছে।অক্ষয় কুমাৰ সিংৰ বাহিৰে বাকী তিনিজনে যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে আৱেদন জনাইছিলে। দিল্লীত ২৩ বৰ্ষীয় পেৰমেডিকেলৰ ছাত্ৰী নিৰ্ভয়াক দলবদ্ধ বলাৎকাৰ কৰিছিল এই নৰপিশাচ কেইটাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com