প্ৰেমিকৰ লগত কটোৱা নিবিড় মুহূৰ্তৰ ফটো ভাইৰেল কৰিলে আলিয়া কাশ্যপে

তেওঁক ফটোখনত বিকিনী পৰিহিত অৱস্থাত দেখা গৈছে।
প্ৰেমিকৰ লগত কটোৱা নিবিড় মুহূৰ্তৰ ফটো ভাইৰেল কৰিলে আলিয়া কাশ্যপে
Published on: 

পৰিচালক অনুৰাগ কাশ্যপৰ কন্যা আলিয়া কাশ্যপে  প্ৰেমিক শ্বেন গ্ৰেগ'ৰেৰে কটোৱা অন্তৰংগ মূহূৰ্তৰ ফটো ইণ্টাৰনেটত ভাইৰেল কৰিছে। এখন ফটোত আলিয়াই প্ৰেমিকৰ গালত চুমা দিয়া দেখা গৈছে। 

আলিয়াই শ্বেনৰ সৈতে এলএৰ লাগুনা সমুদ্ৰ তীৰ শেহতীয়াভাবে ভ্ৰমণ কৰে।  তেওঁৰ শেহতীয়া এই ভ্ৰমণৰ এখন ফটো ইণ্টাৰনেটত শ্বেয়াৰ কৰে। ফটোখনত শ্বেনক আলিয়াক কোলাত তুলি লোৱা দেখা গৈছে। তেওঁক ফটোখনত  বিকিনী পৰিহিত অৱস্থাত দেখা গৈছে। 

ফটোৰ উপৰি দুয়ো এই নিবিড় মূহূৰ্তবোৰৰ ভিডিঅ'ও তোলে। ভিডিঅ'টোত  আলিয়া আৰু শ্বেনক ইজনে-সিজনক ওঁঠত চুমা খাই থকা দেখা যায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com