২০২২-ৰ খ্ৰীষ্টমাছত মুক্তি পাব টাইগাৰ শ্ৰফ-কৃতি চানন অভিনীত গণপথে

বহুচৰ্চিত মেগা বাজেটৰ এই একচন থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিছে বিকাশ বহেলে
২০২২-ৰ খ্ৰীষ্টমাছত মুক্তি পাব টাইগাৰ শ্ৰফ-কৃতি চানন অভিনীত গণপথে
Published on: 

অহা বছৰৰ খ্ৰীষ্টমাছত মুক্তি পাব টাইগাৰ শ্ৰফ আৰু কৃতি চানন অভিনীত ছবি গণপথ-এ। বহুচৰ্চিত মেগা বাজেটৰ এই একচন থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিছে বিকাশ বহেলে।   ছবিখনত টাইগাৰ শ্ৰফ আৰু কৃতি চেননে মুখ্য চৰিত্ৰত অভিনয় কৰিব।

গণপথৰ নিৰ্মাতাই ড্ৰপিং টিজাৰ ভিডিঅ' শ্বেয়াৰ কৰি ছবিখনকলৈ চৰ্চা অব্যাহত থকাটো নিশ্চিত কৰিছে । ছবিখন পূজা এণ্টাৰটেইনমেণ্ট এণ্ড গুড কোৰ দ্বাৰা প্ৰযোজনা কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com