নৃত্যৰে মঞ্চত অগ্নি বৰষালে অভিনেত্ৰী জাহ্নৱী কাপুৰে

এটা জিলিকি থকা ৰঙা স্কাৰ্ট, তাৰ লগত মিলা এটা টপৰ সৈতে অভিনেত্ৰীগৰাকী দেখাত হৈ পৰে অনন্যা
নৃত্যৰে মঞ্চত অগ্নি বৰষালে অভিনেত্ৰী জাহ্নৱী কাপুৰে
Published on

কালি কণ্ঠশিল্পী শ্ৰেয়া সিঙৰ হ'বলগীয়া বিয়া উপলক্ষে আয়োজিত এক অনুষ্ঠানত অভূতপূৰ্ব নৃত্যৰে সকলোৰে মন মুগ্ধ কৰিবলৈ সক্ষম হয় জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰ।

এটা জিলিকি থকা ৰঙা স্কাৰ্ট, তাৰ লগত মিলা এটা টপৰ সৈতে অভিনেত্ৰীগৰাকী দেখাত হৈ পৰে অনন্যা।অভিনেত্ৰীmesmerises

অভিনেত্ৰীগৰাকীয়ে নিজৰ মাতৃৰ পৰা নৃত্যৰ কৌশল ভালদৰে অৰ্জন কৰিছে।

উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকী নৃত্যত অতি পাৰ্গত আৰু এগৰাকী প্ৰশিক্ষিত কঠক নৃত্য শিল্পী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com