ডান্স দিৱানে ৩-ত সাজনৰ ৩০ বছৰ উদযাপন মাধুৰী দীক্ষিতৰ

তেওঁৰ সৈতে আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰ আছিল । যাক এক বিশেষ খণ্ডত ডান্স দিৱানে ৩-ত দেখা যাব।
ডান্স দিৱানে ৩-ত সাজনৰ ৩০ বছৰ উদযাপন মাধুৰী দীক্ষিতৰ
Published on: 

একালৰ বিপুল জনপ্ৰিয় হিন্দী ছবি 'সাজন' আজিও বহুতৰে ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে। ছবিখন চোৱা সকলে 'সাজন'ৰ গীতসমূহো পাহৰিব নোৱাৰে।  ছবিখনত তাৰকা অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰো অভিনয়ো অবিস্মৰণীয়। তাৰকা অভিনেত্ৰীগৰাকীয়ে ডান্স দিৱানে ৩-ৰ ছেটত ৩০ বছৰৰ সংগীতব্লকবাষ্টাৰ 'সাজন' উদযাপন কৰে ।

সোমবাৰে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ চুপাৰহিট ট্ৰেক 'তু শায়ৰ হে' প্ৰদৰ্শন কৰি ইনষ্টাগ্ৰামত এটা ৰীল পোষ্ট কৰে। তেওঁৰ সৈতে আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰ আছিল ।  যাক এক বিশেষ খণ্ডত ডান্স দিৱানে ৩-ত দেখা যাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com