জীৱনৰ ৩৯ বছৰ পূৰ্ণ কৰিলে অভিনেতা ৰণবীৰ কাপুৰে

জীৱনৰ ৩৯ বছৰ পূৰ্ণ কৰিলে অভিনেতা ৰণবীৰ কাপুৰে

ৰণবীৰে সম্প্ৰতি যোধপুৰত প্ৰেমিকা আৰু অভিনেত্ৰী আলিয়া ভাটৰ সৈতে তেওঁৰ জন্মদিন উদযাপনত ব্যস্ত হৈ আছে।
Published on


জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰে আজি জীৱনৰ ৩৯টা বসন্ত পূৰ্ণ কৰে ৷ সম্প্ৰতি অভিনেতাজন নতুন ছবিৰ কামত ব্যস্ত৷ অহা এবছৰত তেওঁৰ একাধিক ছবি মুক্তিৰ বাবে সাজু হৈছে। চামছেৰাৰ পৰা লাভ ৰঞ্জনৰ ৰোমাণ্টিক কমেডীলৈকেঃ অভিনেতাজনে অৱশেষত ডাঙৰ পৰ্দাত তেওঁৰ উপস্থিতি অনুভৱ কৰিব। আনহাতে, ৰণবীৰে সম্প্ৰতি যোধপুৰত প্ৰেমিকা আৰু অভিনেত্ৰী আলিয়া ভাটৰ সৈতে তেওঁৰ জন্মদিন উদযাপনত ব্যস্ত হৈ আছে। দম্পতীহালক চহৰখনত উপস্থিত হোৱা দেখা গৈছী আৰু বিয়াৰ বাবে স্থান অনুসন্ধানৰ উৰা-বাতৰিও বিয়পিছে।

যদিও বিবাহ নিশ্চিতভাবে অদূৰ ভৱিষ্যতে আছে, ৰণবীৰে এতিয়া তেওঁৰ চলচ্চিত্ৰ সমাপ্ত কৰা আৰু নতুন প্ৰকল্পত স্বাক্ষৰ কৰাত গুৰুত্ব দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com