অন্ত পৰিল হৃত্বিকৰ "চুপাৰ-৩০"ছবি খনৰ কাম

অন্ত পৰিল হৃত্বিকৰ "চুপাৰ-৩০"ছবি খনৰ কাম
Published on

হৃত্বিক ৰৌশনৰ "চুপাৰ-৩০" ছবি খনৰ কাম ইতিমধ্যে সামৰনি পৰিছে আৰু মুক্তি লাভ কৰিব অহা বছৰৰ অৰ্থাৎ ২০১৯চনৰ,২৫জানুৱাৰীত।হৃত্বিকৰ বিপৰীতে অভিনয় কৰিব "জি টিভি চেনেলত জনপ্ৰিয় ধাৰাবাহিক "কুমকুম ভাগ্য"ৰ বুলবুল ওৰফে ম্ৰোনাল ঠাকুৰ।ম্ৰোনালে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে কিছু ফটো। ছবি খনৰ ক্ৰিউ সদস্যৰ সৈতে লগ হৈ সৰুকৈ পাৰ্টী এটিৰ আয়োজন কৰি কেক কাটে।জানিব পৰা মতে,"চুপাৰ-৩০" খন হ'ব এখন বায়'পিক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com