অমিতাভ বচ্চনৰ কন্যা শ্বোৱেটা নন্দাৰ নতুন শ্ব'ৰোম মুকলি

অমিতাভ বচ্চনৰ কন্যা শ্বোৱেটা নন্দাৰ নতুন শ্ব'ৰোম মুকলি
Published on

অমিতাভ বচ্চনৰ কন্যা শ্বোৱেটা নন্দাই মুকলি কৰিলে নতুন কাপোৰৰ শ্ব'ৰোম এমএক্সএছ।এনে সুখৰ মূহৰ্ত্ত পৰিয়ালৰ সকলো সদস্যই বিশেষকৈ মাতৃ জয়া বচ্চনে আগুৱাই যাবলৈ শ্বোৱেটাক দিলে আৰ্শীবাদ আৰু শুভেচ্ছা।

এই শুভ ক্ষণত কেৱল পৰিয়ালৰ সদস্যই নহয় বলীউদৰ বহু কেইগৰাকী তাৰকা যেনে; কৰিশ্মা কাপুৰ,কৰন জহৰ,কেটৰিনা কাঈফ,নেহা ধুপীয়া আদি।

এই সুন্দৰ সময় খিনিৰ ভিন্ন তাৰকাৰ কিছু ফটো তলত দেখুওৱা হ'ল-

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com