আদিতি ৰাও হাইদাৰি আৰু বৰুন তেজ অভিনীত ছবিৰ পোষ্টাৰ মুকলি

আদিতি ৰাও হাইদাৰি আৰু বৰুন তেজ অভিনীত ছবিৰ পোষ্টাৰ মুকলি
Published on

আদিতি ৰাও হিদাৰি আৰু বৰুন তেজৰ অভিনীত তেলেগু ভাষাৰ মহাকাশৰ ৰোমাঞ্চিত অভিজ্ঞতাৰে নিৰ্মান কৰা চলচিত্ৰ খনৰ পোষ্টাৰ মুকলি হয়।কিন্তু এই পৰ্য্যন্তলৈ ছবি খনৰ নাম মুকলি কৰা হোৱা নাই যদিও স্বাধীনতা দিৱসৰ দিনা খন ঘোষনা কৰিব ছবি খনৰ নাম লগতে সেই একেদিনাই মুক্তি পোৱাৰ তাৰিখো প্ৰকাশ কৰা হ'ব।

দৰ্শকে ছবি খনৰ বাবে অতি আগ্ৰহৰে বাট চায় আছে।ছবি খনৰ পোষ্টাৰ প্ৰকাশ কৰা হৈছে,পোষ্টাৰত দেখিবলৈ পোৱা অনুসৰি চেটেলাইটৰ ওচৰত এখন স্পেচ আছে আৰু এজন মহাকাশচাৰী দেখা গৈছে। অভিনেত্ৰী আদিতি ৰাওৱে মত প্ৰকাশ কৰিছে যে,"“Venturing into ‘space’ quite literally with a genre that has never been explored in Telugu cinema. Title and release date of our space adventure to be unveiled on Independence Day!”

ছবি খনৰ নিৰ্দেশক সংকল্প ৰেদ্দী।ছবি খনৰ সংগীত কৰিছে প্ৰশান্থ আৰ বিহাৰি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com