আমেৰিকা অপেনত সপৰিয়ালৰ সৈতে দেখা গল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনচক

আমেৰিকা অপেনত সপৰিয়ালৰ সৈতে দেখা গল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনচক
Published on: 

বৰ্তমান অতিকৈ চৰ্চাত থকা প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনচক পুনৰ দেখা পোৱা গল আমেৰিকা অপেনৰ গেলেৰীত।বিশ্ববিখ্যাত টেনিছ তাৰকা চেৰেনা উইলিয়ামচ আৰু কেৰোলিনা প্লিচকোভাৰ মাজত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল খনৰ সময়ত দৰ্শকৰ গেলেৰীত দেখা গল চৰ্চিত তাৰকা দুগৰাকীক।প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰাকো দেখা পোৱা গল তেওঁলোকৰ সৈতে,তলত সেই সুন্দৰ মূহৰ্ত্তৰ কিছি ফটো দিয়া হ'ল…

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com