ঈশান খাট্টাৰ আৰু জাহ্নবীক দেখা পোৱা গ’ল “ডাঞ্চ ডিৱানে’ মঞ্চত

ঈশান খাট্টাৰ আৰু জাহ্নবীক দেখা পোৱা গ’ল “ডাঞ্চ ডিৱানে’ মঞ্চত
Published on: 

২০জুলাইত মুক্তি পাব "ধড়ক"।সেয়ে ঈশান খাট্টাৰ আৰু জাহ্নবীয়ে নিজৰ ছবি প্ৰমোচনৰ বাবে বহু কেইখন ৰিয়েলিটী অনুষ্ঠানলৈ গৈছে। অলপতে দুয়োজন অভিনেতা-অভিনেত্ৰী তথা জাহ্নবী আৰু ঈশানক দেখা পোৱা গৈছে কালাৰ্ছ চেনেলত সম্পচাৰিত হোৱা "ডাঞ্চ ডিৱানে" ৰিয়েলিটী অনুষ্ঠানত দেখা পোৱা গ'ল নতুনকৈ মুক্তি হবলগীয়া ছবি "ধড়ক"ৰ প্ৰমোচনৰ বাবে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com