কংগনা ৰানাউটৰ শিৱ পূজা

কংগনা ৰানাউটৰ শিৱ পূজা
Published on: 

কংগনা ৰানাউটৰ নতুনকৈ আহিবলগীয়া ছবি 'মনিকৰ্নিকা',ছবি খন বুৰঞ্জীমূলক ৰাণী লক্ষ্মীবাঈৰ ওপৰত আধাৰিত হ'ব।

অভিনেত্ৰী গৰাকী আদিয়োগী আশ্ৰমৰ শিৱ লিংগত পূজা কৰি থকা ফটো কিছুমান ইনষ্টাৰ জৰিয়তে প্ৰকাশ কৰিছে।কেৱল পূজা কৰাই নহয় বৰঞ্চ ঈশা ফাউণ্ডেশ্বনৰ সৰু সৰু ল'ৰা-ছোৱালীক লগো কৰিছে আৰু ঈশা ফাউণ্ডেশ্যনক বৰঙণিও প্ৰদান কৰিছে।