কেদাৰনাথৰ শ্ব্যুটিং স্থলীত সুশান্ত সিঙ ৰাজপুত আৰু চাৰা আলী খানৰ কেন্দিত সময়ৰ কিছু ফটো

কেদাৰনাথৰ শ্ব্যুটিং স্থলীত সুশান্ত সিঙ ৰাজপুত আৰু চাৰা আলী খানৰ কেন্দিত সময়ৰ কিছু ফটো
Published on

চাৰা আলী খান আৰু সুশান্ত সিঙৰ আহিবলগীয়া নতুন ছবি "কেদাৰনাথ"ৰ শ্ব্যুটিং স্থলীত দুয়োগৰাকী তাৰকাৰ কিছু সুন্দৰ ফটো তলত দেখুওৱা হৈছে ।নিৰ্দেশক অভিষেক কাপুৰৰ "কেদাৰনাথ"ত ছবি খন উত্তৰাখণ্ডৰ বানপানীৰ ওপৰত আধাৰিত কৰি নিৰ্মান কৰা হৈছে।বলীউদত প্ৰথম খোজ দিছে কেদাৰনাথ ছবি অভিনেত্ৰী তথা শ্বেইফ আলী খানৰ কন্যা চাৰা আলী খান।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com