কৰিণা কাপুৰ খানৰ মেটচী মেটচী লুক

কৰিণা কাপুৰ খানৰ মেটচী মেটচী লুক
Published on

কৰিণা কাপুৰ খানক যিকোনো কাপোৰ পৰিধান কৰিলে অতি সুন্দৰ দেখা হয়।এইকথাৰ প্ৰমাণ দিলে অলপতে দিল্লীত অনুষ্ঠিত হোৱা "হটষ্টাৰ" অনুষ্ঠান এটাত চেলিব্ৰেটী ষ্টাইলিষ্ট তানয়া গাভৰিৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰি। কৰিণাই ডাঠ সৰিঁয়হ ৰঙৰ পেল্টড স্কাৰ্ট-টপ পৰিধান কৰিছিল।লগতে সোণালী ৰঙৰ মিছো ডিজাইনৰ কাণফুলি আৰু নিউড হিল চেন্দেল।চুলি খিনি একেবাৰে সৰল ৰূপত ওপৰলৈ বান্ধি লগতে স্মুকী আইচৰ ৰূপত অতি সুন্দৰ দেখা হৈছিল কৰিণা কাপুৰ খানক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com