গুৱাহাটীত উপস্থিত মোহময়ী অভিনেত্ৰী ৰবিনা টেণ্ডন

গুৱাহাটীত উপস্থিত মোহময়ী অভিনেত্ৰী ৰবিনা টেণ্ডন
Published on

গুৱাহাটী মহানগৰীত উপস্থিত বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবিনা টণ্ডন। গনেশগুৰিৰ লিলেন ক্লাবৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাগ লয় অভিনেত্ৰী গৰাকীয়ে ।গনেশগুৰিত নতুনকৈ মুকলি হোৱা "এলেন চলী"ৰ শ্ব'ৰোমৰ শুভদ্ধোধনী কৰিবলৈ আহে অভিনেত্ৰী গৰাকী।জানিবলৈ পোৱা মতে,তেওঁ অসমলৈ আহি খুবেই আনন্দ,লগতে তেওঁ অসমৰ পৰা পাটৰ সাজ কেইযোৰ মান ক্ৰয় কৰাৰ কথা সদৰী কৰে।এলেন চলীৰ যি কাপোৰৰ ব্ৰেণ্ড সেই ব্ৰেণ্ডৰ কাপোৰ অতি ভাল আৰু নিজেও ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি অসম তথা গুৱাহাটীবাসীক ব্যৱহাৰ কৰিবলৈ মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com