চলমান খানৰ ছবি “ভাৰতত” নৰা ফাতেহিৰ নৃত্যৰ যাদু

চলমান খানৰ ছবি “ভাৰতত” নৰা ফাতেহিৰ নৃত্যৰ যাদু
Published on: 

নৰা ফাতেহিৰ নৃত্যই বলীউদৰ সকলোৰে মন মোহিবলৈ সক্ষম হৈছে।জন আব্ৰাহামৰ "সত্যমেৱ জয়তে"ত দিলৱাৰ গানটিৰ নৃত্য প্ৰদৰ্শনৰে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিছে।কিন্তু এইবাৰ বেইলি নৰ্ত্তকী নৰাক দেখা পোৱা যাব চলমানৰ নতুনকৈ আহিবলগীয়া "ভাৰত" ছবিৰ এটি বিশেষ গানত নৃত্য কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com