চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ‘বট্টী গুল মিটাৰ চলু’ ছবিৰ শ্বুট্যিং সামৰনি

চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ‘বট্টী গুল মিটাৰ চলু’ ছবিৰ শ্বুট্যিং সামৰনি
Published on: 

চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ 'বট্টী গুল মিটাৰ চালু' ছবিৰ শীৰ্ষক গীতটিৰ শ্বুট্যিংৰ কাম শেষ হৈছে।এই গানটিৰ নাম হৈছে হাৰ্ড-হাৰ্ড।এই গানটিৰ জৰিয়তে ছবিখনৰ শ্বুট্যিংৰ কাম মুম্বাইত শেষ হয়।গানটি কৰিঅ'গ্ৰাফ কৰিছে গনেশ আশ্বৰ্য্যই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com