ইটালীত অনুষ্ঠিত হোৱা ঈশা আম্বানী আৰু আনন্দ পৰিমলৰ আঙুঠি পিন্ধোৱা কাৰ্য্যসূচীত অংশ গ্ৰহন কৰাৰ লগতে পপ গায়ক নিক জনাচৰ সৈতে সময় কটালে প্ৰিয়ংকা চোপ্ৰাই । হয়,৩৬ বছৰীয়া অভিনেত্ৰী গৰাকীৰ সমূহ পৰিয়ালৰ সৈতে ইটালীত অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশ গ্ৰহন কৰে । হালধীয়া ৰঙৰ কাপোৰ পৰিধিত কৰিছে মোহময়ী দেশী গাৰ্ল গৰাকীয়ে । তলত সুন্দৰ ফটো কেইখন মান প্ৰকাশ কৰা হ'ল -