টুইংকল খান্নাৰ কিতাপ প্ৰকাশৰ দিনা ৰনবীৰ সিংৰ "গুড লুকিং" আউটফিটে মুহিলে সকলোকে

টুইংকল খান্নাৰ কিতাপ প্ৰকাশৰ দিনা ৰনবীৰ সিংৰ "গুড লুকিং" আউটফিটে মুহিলে সকলোকে
Published on: 

বলীউদৰ এগৰাকী অন্যতম মোহময়ী অভিনেত্ৰী অক্ষয় কুমাৰৰ পত্নী টুইকল খান্নাৰ নতুন কিতাপ "Pyjamas are forgiving" প্ৰকাশৰ দিনা বলীউদৰ বহু কেইগৰাকী তাৰকা উপস্থিত থাকে।অনুষ্ঠান উপস্থিত থাকে ৰনবীৰ সিঙো আৰু ৰনবীৰৰ গুড লুকিং ষ্টাইলে মোহিলে সকলোকে।তলত কিছু সুন্দৰ ফটো তলত দিয়া হ'ল

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com