দিল্লীৰ এখন দোকান মুকলি অনুষ্ঠানত জাহ্নৱী কাপুৰ আৰু খুচী কাপুৰ,ফটো

দিল্লীৰ এখন দোকান মুকলি অনুষ্ঠানত জাহ্নৱী কাপুৰ আৰু খুচী কাপুৰ,ফটো
Published on

ধড়ক অভিনেত্ৰী জাহ্নৱী আৰু ভনীয়েক খুচীক একেলগে দেখা পোৱা গ'ল দিল্লীৰ এক উদ্ধোধনী অনুষ্ঠানত । দিল্লীৰ এখন নতুনকৈ মুকলি হোৱা দোকানৰ অনুষ্ঠানত উপস্থিত থাকিল জাহ্নৱী আৰু খুচী । ইনষ্টাৰ জৰিয়তে জাহ্নৱীয়ে প্ৰকাশ কৰিলে কেইখনমান ফটো…………

https://www.instagram.com/p/BpJ3LHFHHeg/?hl=en&taken-by=janhvikapoor

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com