মনোৰঞ্জন
ধাৰাবাহিক “ডায়ন”ৰ প্ৰমোচনৰ সময়ত মনালিছাৰ লুক
দুই ফুট দীঘল বেনী গুঠা চুলি,দীঘল দীঘল নখেৰে উলোটা ভৰিৰ সৈতে মনালিছাই "ডায়ন" ধাৰাবাহিক খনত নিজক অতি সযতনে প্ৰস্তুত কৰিছে। ভোজপুৰী অভিনেত্ৰী মনালিছাই কালাৰ্ছ চেনেলৰ বিগ বছ১১ টো অংশ গ্ৰহন কৰিছিল।মনালিছাই নিজৰ ধাৰাবাহিক "ডায়ন"ৰ প্ৰমোচনৰ সময়ত অতি সুন্দৰ সুন্দৰ পৰম্পৰাগত শিল্ক শাৰী পৰিধান কৰিছিল।