নাগাৰ্জুনে এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে ছবি “ব্ৰহ্মাস্ত্ৰ”ত

নাগাৰ্জুনে এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে ছবি “ব্ৰহ্মাস্ত্ৰ”ত
Published on: 

যোৱা সপ্তাহৰ পৰা নাগাৰ্জুনে অভিনয়ত যোগদান দিছে আলিয়া,ৰনবীৰ,মনি ৰয়ৰ আহিবলগীয়া ছবি "ব্ৰহ্মাস্ত্ৰ"ত।তাৰকা সকলে ভিন্ন চ'চিয়েল মিডিয়াৰ মাধ্যমৰে সুন্দৰ ফটো কিছুমান প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com