নীল নিতিন মুকেশ আৰু ৰুক্মিনীয়ে পৰিয়াল ফটোৰ বাবে প'জ দিছে কেমেৰাৰ সন্মুখত

নীল নিতিন মুকেশ আৰু ৰুক্মিনীয়ে পৰিয়াল ফটোৰ বাবে প'জ দিছে কেমেৰাৰ সন্মুখত
Published on

অভিনেতা নীল নিতিন মুকেশ আৰু তেওঁৰ পত্নী ৰুক্মিনীৰ জন্ম পালে এজনী কন্যা সন্তান ।ব্ৰিচ কেন্দি হাস্পতালত জন্ম দিলে ৰুক্মিনীয়ে এজনী মৰম লগা ছোৱালী । মৰম লগা কন্যা সন্তান জনীৰ নাম হৈছে নুৰভী ।হাস্পতালৰ পৰা উভতি অহা সময়তে নীল নিতিন মুকেশ আৰু পত্নীয়ে কেমেৰাৰ সন্মুখত দিলে নতুন কন্যা সন্তানৰ সৈতে ফটোৰ প'জ,তলত কেইখন মান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল;

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com