বাৰ্কৰ তথ্য অনুসৰি নাগিন-৩ ৰ স্থান শীৰ্ষত

বাৰ্কৰ তথ্য অনুসৰি নাগিন-৩ ৰ স্থান শীৰ্ষত
Published on

বাৰ্কে দিয়া ৰিপৰ্টে প্ৰতিবাৰে চমক খোৱাই। নতুনকৈ অহা কিছুমান অনুষ্ঠানৰ বাবে পুৰণি কিছুমান ধাৰাবাহিক নাইবা অনুষ্ঠান পিছ পৰি যোৱা পৰিলক্ষিত হৈছে।তলত জনপ্ৰিয় অনুষ্ঠান সমূহৰ বাৰ্ক ৰিপৰ্ট দেখুওৱা হ'ল,,

নাগিন-৩ : এই ধাৰাবাহিক খনে এই সপ্তাহলৈ ৫বাৰ কৈ শীৰ্ষ স্থানত আহিবলৈ সক্ষম হৈছে। মুঠ ৯.৭ শতাংশ পায় এইবাৰি শীৰ্ষ স্থানত নাগিন-৩ ।

ডাঞ্ছ ডিৱানে : ৬.৮

কুণ্ডলী ভাগ্য : ৬.৬

য়ে ৰিষ্টা কিয়া কেহলতা হে : ৬.২

ইষ্ক চুভানাল্লাহ : ৬.০

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com