ব্লেক গাউন পৰিধিত জাহ্নৱী কাপুৰৰ নতুন ৰূপ

ব্লেক গাউন পৰিধিত জাহ্নৱী কাপুৰৰ নতুন ৰূপ
Published on: 

ধড়ক ছবিৰ অভিনেত্ৰী জাহ্নৱীক কলা ৰঙৰ গাউন পৰিধিত ৰূপত দেখা পোৱা গল ইটালীত,য'ত মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কন্যা ঈশা আম্বানী আৰু অজয় পৰিমলৰ পুত্ৰ আনন্দ আম্বানীৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত। জাহ্নৱীয়ে নেদ্ৰেত তেক্ৰিঅ'জিলু ক্ৰিয়েশ্বনৰ কলা ৰঙৰ ড্ৰেচ পৰিধান কৰিছে,তলত কিছু সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল……

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com