মুক্তি লাভ কৰিলে কণ্ঠশিল্পী জুবলী বৰুৱাৰ নতুন গীতৰ ভিডঅ' 'ভেকলি মাতে'

মুক্তি লাভ কৰিলে কণ্ঠশিল্পী জুবলী বৰুৱাৰ নতুন গীতৰ ভিডঅ' 'ভেকলি মাতে'

Published on

অসমৰ এগৰাকী অন্যতন কণ্ঠশিল্পী জুবলী বৰুৱাৰ অলপতে মুক্তি পালে এটা নতুন গীতৰ ভিডিঅ'।জুবলীৰ নিজৰ এলবাম "মাটি২-দ্যা ফ'ক ফেক্টৰ"ৰ এটি গীত 'ভেকলি মাতে'ৰ ভিডিঅ' মুক্তি পাইছে।গীতটো জুবলীয়ে কণ্ঠ দিয়াৰ লগতে সকলোৰে জনপ্ৰিয় গীতিকাৰ দিগন্ত ভাৰতীয়ে গীতটি লিখিছে।গীতটো বহুখিনি অসমীয়াৰ লগতে ৰাভা লোক সংগীতৰ ভাৱ-ভাষা সংমিশ্ৰন হৈ আছে।গীতটোৰ জৰিয়তে বৰ্তমান সময়ৰ অবৈধ বহিৰাগত লোক সকলে অসমীয়াৰ নিজ মাটিত বসবাস কৰি আছে আৰু সেই কথাক লৈ অসমীয়া সকলে উপলব্ধি কৰাৰ সময় সমাগত তাকে বুজোৱা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com