শিল্পা চেত্তী ইলেক্টিক ব্লু কাপোৰ পৰিধান

শিল্পা চেত্তী ইলেক্টিক ব্লু কাপোৰ পৰিধান
Published on: 

বলীউদ ডিভা তথা য়'গা কুইন খ্যাতি শিল্পা চেত্তীৰ ষ্টাইল সচাঁই বৰ সুন্দৰ।বলীউদৰ এইগৰাকি তাৰকাৰ কাপোৰ পৰিধানৰ প্ৰতিটো ষ্টাইল অন্যতকৈ সুকীয়া।শাৰী পিন্ধাৰ ভিন্ন ষ্টাইলৰ পৰা আদি কৰি চুলিৰ ষ্টাইল,গহনাৰ ষ্টাইল অতি সুন্দৰ আৰু অন্যতকৈ পৃথক।

কলা আৰু বগা ৰঙৰ স্ত্ৰীপচৰ সৈতে ভাইব্ৰেণ্ট ৰঙৰ কাপোৰত শিল্পাক অতি সুন্দৰ দেখা হয়।কিছুদিন পূৰ্বে লেবেল বেঞ্চৰ স্ত্ৰীপট স্কাৰ্টৰ সৈতে ইলেক্টিক ব্লু ট্ৰেঞ্চকোট পৰিধান শিল্পাক দেখা পোৱা গ'ল।

পনিটেইল চুলিৰ ষ্টাইল,ভিয়াঞ্জ ভিনটেজৰ ডাঙৰ কাণফুলি,হালধীয়া ৰঙৰ ষ্টেৰ্পী হিলচ পৰিধান কৰিছিল শিল্পাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com