শৰগুন মেহতা আৰু ৰবি ডুবেৰ নতুন প্ৰডাক্টচন কোম্পানী

শৰগুন মেহতা আৰু ৰবি ডুবেৰ নতুন প্ৰডাক্টচন কোম্পানী
Published on

শৰগুন মেহতা আৰু ৰবি ডুবেই টেলি টাউনৰ সকলোৰে প্ৰিয় অন্যতম দম্পত্তী।শৰগুন আৰু ৰবি দুয়োৱে লগ পাইছিল জি টিভিৰ মঞ্চত আৰু তেতিয়াৰ পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম।দুয়োকে প্ৰায় একেলগে ভিন্ন টিভি অনুষ্ঠান সমূহত একেলগে দেখা পোৱা যায় যদিও এইবাৰ তেওঁলোকক দেখা পোৱা যাব এক অন্যতম ৰূপত। দুয়োৱে আৰম্ভ কৰিব এক প্ৰদাক্টচন কোম্পানী "ড্ৰিমিত্যতা"।ৰবি ডুবেই ইনষ্টাগ্ৰামৰ জৰিয়তে এই তথ্য সদৰী কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com