“সঞ্জু”ৰ পিছত দিয়া মিৰ্জাই চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়’পিকৰ ওপৰত ছবি কৰাৰ মন মেলিছে

“সঞ্জু”ৰ পিছত দিয়া মিৰ্জাই চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়’পিকৰ ওপৰত ছবি কৰাৰ মন মেলিছে
Published on: 

অভিনেত্ৰী তথা প্ৰযোজক দিয়া মিৰ্জাই "সঞ্জু"ৰ সফলতাৰ পিছত চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়'পিকৰ ওপৰত ছবি কৰাৰ কথা মত প্ৰকাশ কৰে।"শিশু সুৰক্ষা" শিবিৰ এটিত দিয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।

ইয়াৰ লগতে দিয়া গৌৰৱবোধ কৰে যে "সঞ্জু" ছবি খনত অভিনয় কৰিবলৈ ভাল সুযোগ এটি লাভ কৰিলে,আৰু ইমান বোৰ ভাল ভাল অভিনেতা-অভিনেত্ৰীৰ লগত কাম কৰিব পাই দিয়া অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com