মনোৰঞ্জন
সুনিধী চৌহান আৰু ৰেপাৰ বাদছাহয়ে যুটীয়া ভাৱে কৰিছে নতুন গানৰ প্ৰস্তুতি
Sunidhi Chauhan
rapper Badshah
সুকণ্ঠী গায়িকা সুনিধী চৌহান আৰু ৰেপাৰ বাদশ্বাহ দুয়োৱে একেলগে মিলি তেওঁলোকৰ মাত অৰ্থাৎ ধ্বনিৰে এটা এলবামত আৱদ্ধ কৰিবলৈ দুয়োৱে প্ৰস্তুতি আৰম্ভ কৰিছে। দুয়োজনে টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে অনুৰাগী সকলৰ বাবে।

