হিনা খানক বিদেশত মুহিলে দেশী লুকে

হিনা খানক বিদেশত মুহিলে দেশী লুকে
Published on

সকলোৰে জনপ্ৰিয় "পাৰফেক্ট বহু"ৰূপে পৰিচিত অক্ষৰা বুলি ক'লে আমি সকলোৰে মাজত পৰিচিত।'খাটৰো কে খিলাড়ী'ৰ পৰা "বিগ বছ১১" আদি কৰি সকলো চৰিত্ৰই অতি সুন্দৰ আৰু অন্যতম।ইয়াৰ লগতে হিনা খানৰ আউটফিট অতি সুন্দৰ।ৰিয়েলিটী অনুষ্ঠান এটাত হিনাই এবাৰ পৰিধান কৰা সাজ যোৰৰ পুনৰ কেতিয়াও পৰিধান কৰা দেখিবলৈ পোৱা নাযায়।

বৰ্তমান অভিনেত্ৰী গৰাকী লণ্ডনৰ কোনো এটা অনুষ্ঠানৰ লগত ব্যস্ত হৈ আছে।আৰু এই অনুষ্ঠানত পৰিধান কৰা সাজেৰে হিনাক অতি সুন্দৰ দেখুৱাইছে।

অভিনেত্ৰী গৰাকীয়ে বেঙুনীয়া ৰঙৰ সুন্দৰ অনাৰকলি এযোৰ পৰিধান কৰিছে।লগতে সুন্দৰ খোপা বান্ধিছে।কাপোৰ সৈতে মিলাই কাণফুলি পিন্ধিছে।হিনাই অতি সুন্দৰকৈ জানে যে বিদেশত কিদৰে নিজক দেশী লুক এটাত সুন্দৰ কৰি তুলিব পাৰি।এই ইণ্ডিয়ান সাজত অতি সুন্দৰ দেখা গৈছে হিনাক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com