“হেপ্পী ফিৰ ভাগ জায়েগী” ট্ৰেইলাৰ মুকলি

“হেপ্পী ফিৰ ভাগ জায়েগী” ট্ৰেইলাৰ মুকলি
Published on

নতুনকৈ আহিবলগীয়া হাস্যাত্মাক ছবি "হেপ্পী ফিৰ ভাগ জায়েগী"ৰ ট্ৰেইলাৰ আজি মুক্তি পাইছে।২০১৬ত ডাইনা পেণ্টিৰ অভিনীত ছবি খনত এইবাৰ সোনাক্ষী সিনহাকো দেখা পোৱা যাব।

প্ৰথম ছবি খনত ডাইনা পেণ্টী ভূলক্ৰমে ফৰেনলৈ গুছি যায় বহুখিনি খেলি মেলিৰ সৃষ্টি হয়।এইবাৰো ছবি খনত জিমি চিৰগিল,পিয়ূচ মিশ্ৰাক দেখা পোৱা যাব।প্ৰথম ছবি খনৰ দৃশাংশ পাকিস্তানত আৰু এইবাৰৰ দৃশাংশ চাইনাত দেখা পোৱা যাব।

মুদাচ্চৰ আজিজৰ নিৰ্দেশক ছবি খন মুক্তি পাব চলিত বৰ্ষৰ ২৪ আগষ্টত।ছবি খনৰ সহ প্ৰযোজক কৃষিংকা লুল্লা আৰু আনন্দ এল ৰায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com