মনোৰঞ্জন
ৰনবীৰ সিঙে পৰিধান কৰা সাজে স্তম্ভিত কৰিলে অনুৰাগী সকলক; ফটো
ক্ৰেজী পাৰ্চন ৰনবীৰ সিঙক দেখা পোৱা গল এক অদ্ভুত সাজত। দিপাৱলী আহি আছে,সেয়ে ৰনবীৰৰ সাজ দেখি তেওঁৰ অনুৰাগী সকলে চমক খাইছে,কিয়নো ৰনবীৰে পৰিধান কৰা সাজ যোৰ দিৱালীত ব্যৱহৃত ফটাকা সমূহৰ দৰে আকি থোৱা আছে । তলত কেইখন মান ফটো আগবঢ়োৱা হ'ল,,,